গৌৰৱ গগৈয়ে ৰেজাউলক হিৰো হোৱাৰ সুযোগ দিলে: মুখ্যমন্ত্ৰী

ETVBHARAT 2026-01-15

Views 4

ধুবুৰী জিলাৰ বিলাসীপাৰাত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ দুটাকৈ অনুষ্ঠান । বিলাসীপাৰা আই এন এ খেলপথাৰত অনুষ্ঠিত হয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী ।

Share This Video


Download

  
Report form
RELATED VIDEOS