জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লী পোৱাৰ দিনাই মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল ৰাজনীতি: দেৱব্ৰত শইকীয়া

ETVBHARAT 2025-10-08

Views 4

২২ তাৰিখে বড়োলেণ্ডৰ ভোটদানৰ‌ দিন আছিল । বড়োলেণ্ডৰ মানুহক আকৰ্ষিত কৰিবলৈ বড়ো গামোচাখন জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত দিল্লীত শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়াইছিল ।

Share This Video


Download

  
Report form
RELATED VIDEOS