সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত উচতনিমূলক মন্তব্য দি ৰঙাঘৰৰ আলহী হ’ল গোলাঘাটৰ এজন যুৱক

ETVBHARAT 2025-09-30

Views 4

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি গুৱাহাটীত সকলোকে প্ৰতিবাদ কৰিবলৈ সামাজিক মাধ্যমত আহ্বান জনোৱা গোলাঘাটৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ ।

Share This Video


Download

  
Report form
RELATED VIDEOS